মনোনীতমনোনয়ন

মনোনীত কৰ্ (Assamese) [ Roman: mo.no`.nit kor]
Contributed by: Partha P Sarmah on 2008-05-06
1. (Verb-Trans.) to propose or formally suggest that somebody should be chosen for a committee, responsible task or a prize etc. কাৰোবাক কিবা গুৰুত্বপূৰ্ণ কাম, কমিটি, আদিত অন্তভূক্ত কৰিবলৈ বা কিবা পুৰষ্কাৰ আদিৰ বাবে বিবেচনা কৰিবলৈ আন কোনোবাই আনুষ্ঠানিক ভাৱে নামলোৱা বা পৰামৰ্শ দিয়া৷